@KanchanDuttamusicWorld01
Hey Everyone!
মোৰ অতি প্ৰিয় ও মৰমৰ শিল্পী সুবাসনা দত্ত বাৰ সৈতে ,এটি গীত বাণীবদ্ধ কৰা যি শৈশৱতেই কলি মেলা আৰু যতনে সাঁচি থোৱা এটি সপোন আছিল ,সেই সপোনৰ বাস্তৱ সৃষ্টি এই উপহাৰ 'কুৰুকি' , "এটি বিহুসুৰীয়া গীত" । প্ৰথম ভালপোৱাৰ অনুভৱেৰে পৰিপুষ্ট গীতটিৰ সাৰাংশৰে মোৰ নিজস্ব কথা-সুৰ আৰু ভাইটি হিমাংশু গাৰ্গৰ সুৰৰ সংমিশ্ৰণে ,গীতটিয়ে এই ৰূপে জীপাল হৈ ফুলি উঠিছে। উপহাৰটি গ্ৰহণ কৰাৰ আশাৰে ও প্ৰতি শুভেচ্ছাঁৰে আপোনাৰ অনুভৱৰ একলম পঢ়িবলৈ পাম বুলিও আশা ৰাখিলো । ধন্যবাদ ।
Hey Everyone
Presenting you my new song alongside our very favourite and dear singer of Assam Subasana Dutta baa.
This collaboration has been a childhood dream and I am so grateful to Baa for being my idol and supporting me in this song.
Furthermore I would like to thank my brother Himanshu Garg (Mitpan) for his excellency in Music production, mixing-mastering and guidance.
Hoping for your love and support and don’t forget to share and subscribe to my Youtube channel Kanchan Dutta Music World.
Thanks ????????????
For Live Show conatact
7099428547
Audio Credits :
Performed by - Kanchan Dutta feat Subasana Dutta
Compositions -Kanchan Dutta & Mitpan ( Himanshu Garg )
Lyrics - Kanchan Dutta
Music , Mixing & Mastering - Mitpan ( Himanshu Garg )
Flute -Anjan Medhi
Mixed and Mastering -Mitpan ( Himanshu Garg )
Recordist - Rajumoni
Audio Distribution - RMC
Video Credits:
Photography - Polash
Makeup- Shibani
Poster design & Lyrical Video - Parthajit Hira
Social media Partner - Anubhob USB
Recording Studio Chanima FX (Dibrugarh) Zerodb Studio Gwahati
Special Thanks : Ma-deuta , Kokaidew , Diganta Barah sir ,Bobida , Dr. Nilim Konwar ,Debajani Neog Baidew ,Palash Kanchan Baruah , Puja konch , Sens3i , Deep Konwar , Dipen Mama ,Rituraj Mudoi , Dr. Tarun Deori , Goutam Barguhaigh , Deepjyouti Chetia , etc .
কুৰুকি
কুৰুকি বুকুতে তই সোমালি
খুলি খুলি হিয়াখন খুলি খালি
কুৰুকি বুকুতে তই সোমালি
খুলি খুলি হিয়াখন খুলি খালি
মৰম দি উতলা কৰিলি দেহাটী অ মৰমি অ মোৰ নাচনী ,,,,,,
তোৰে প্ৰেমত পগলা
তোৰে প্ৰেমত পগলা হলো
হে তোৰে প্ৰেমত পগলা
তোৰে প্ৰেমত পগলা হলো ,,,,
ছোৱালীৰ অংশ -
((কিনো মোহনীয়া তই জান ঐ
দেহা জুই জ্বলোৱা তই ))2
দেখিলেই মইনা ঐ,,,,,,
মৰম পাবলে মনে যায়
মৰম দিবলে মনে যায় ,,
কাষতে গৈ বুকুতে লৈ
উজাৰি হিয়া
ভাল পাওঁ তোক সচাকৈ
আনে কোনেও নজনাকৈ
আছোঁ যে ৰৈ
তোলৈকে মই …
বুকুতে জানা))
ল'ৰাৰ অংশ
(বিচাৰি বিচাৰি তোকে ঐ বাছিলোঁ
হিয়াৰে মৰমবোৰ তোকে ঐ সঁপিলোঁ
অ এধানীমান কলিজাখন কালৈ বাৰু ৰাখিছ
অ দিবিনে বাৰু মোক দিবিনে জিৰাব
কোলাতে পৰি লৈ বুকু ভৰায়ে চাম অ জান ঐ অ মোৰ মৰম ঐ
তোৰে প্ৰেমত পগলা
তোৰে প্ৰেমত পগলা হলো ।
Kanchan Dutta
https://www.instagram.com/kanchan_music?igsh=NGJ4eWJpZmo1emdl
https://www.facebook.com/profile.php?id=100064057634416&mibextid=JRoKGi
Subasana Dutta
https://www.instagram.com/subasanadutta?igsh=MTI5bTE4NnloZnV3aw==
https://www.facebook.com/SingerSubasana?mibextid=ZbWKwL
Mitpan (Himanshu Garg )
https://www.instagram.com/himanshugargmusic?igsh=YXlxNGplbXRzMHZr
https://www.facebook.com/gargmitpan?mibextid=ZbWKwL

- Category
- Music World Music Category W
Comments