Moi Dhuniya Hoi Jam - Dulu Gogoi | Jepulina Borgohain | Hridoy Chandan | Kiba Ata 2025

Your video will begin in 10
Skip ad (5)
amazon fab succes

Thanks! Share it with your friends!

You disliked this video. Thanks for the feedback!

Added by
4 Views
Singer - Dulu Gogoi
ft Jepulina Borgohain
Lyrics/composition - Dulu Gogoi
Music arrangement - Hridoy Chandan
Mix & mastering - Pinku das ( RedAv studio)
Recording studio - Zero DB by Raju Moni Bora
Maya Music studio By Udipta Gogoi
Cover & lyrical video - Pranjal Konwar
Photography - Bikram Borpatra
Producer - Partha das

Instagram- https://Instagram.com/Dulugogoi95
Facebook - https://www.facebook.com/dulug3

Special thank to Bijoy Gogoi , Parthana Baruah, Pansurika Bora

@Copyright Reserved by Dulu Gogoi don't upload illegally


এই কোনে বাৰু কয় ?
প্ৰেম ধুনীয়া নহয়
সকলো প্ৰেম ধুনীয়াতেই হয়....

তুমি ধুনীয়া হৈ
বুকুতে ৰ'লাগৈ .....
প্ৰেমতে পৰিলো মই ।
বোলো নঁ‌মো নঁ‌মো নাৰায়ন
তাইকে পাবলে মন
তাই ৰূপৱতী কোনোবা
মই নিমিলোৱেই চোন ।
এই কিনো কৰো কোৱানা ?
উপাই এটি দিয়ানা ?
নহলে দিয়ানা বৰ দান _____
মই ধুনীয়া হৈ যাম.....

গো গোলাপী হৈ ___
মইনা বাখৰ ঐ ___
ল' লগালা মৰম মোক ।
ভা ভাবে ছাগে নেদেখা জনে ।
কি কিনো খাই সৰজিলে তোক ।
তুমি হ'বা নে মোৰ আধা ?
মই তোমাতেই পগলা
নিদিবা সঁ‌চাকে তুমি মৰম আনকে

বোলো নঁ‌মো নঁ‌মো নাৰায়ন
তাইকে পাবলে মন...
তাই ৰূপৱতী কোনোবা
মই নিমিলোৱেই চোন ।
এই কিনো কৰো কোৱানা ?
উপাই এটি দিয়ানা ?
নহলে দিয়ানা বৰ দান _____
মই ধুনীয়া হৈ যাম.......

ছোৱালী -
নকৰো প্ৰেম লাগে ভয়
আঁ‌কৰী আজলী মই
পখিলাহৈ উৰিবলে মন ...
লিখিছে যদি কপালত
তোমাৰে হ'ম দিঠকত
কৰিমে তোমাকেই মৰম___

এই বিহুতে ঐ বিহুৱান
ম' মৰম জান __
তোমাৰ হাতেৰে মই কেতিয়ানো পাম ?
যদি দিয়া মৰম অকণমান
ম' মৰম জান___
ভন্টীৰে নবৌ জনী
কৰিয়েই পেলাম ।
বোলো নঁ‌মো নঁ‌মো নাৰায়ন
তাইকে পাবলে মন __
তাই ৰূপৱতী কোনোবা
মই নিমিলোৱেই চোন ।
এই কিনো কৰো কোৱানা ?
উপাই এটি দিয়ানা ?
নহলে দিয়ানা বৰ দান _____
মই ধুনীয়া হৈ যাম.....
Category
Music Jam Music Category J

Post your comment

Comments

Be the first to comment