BON ROJA || Nabajyoti X Abinash X Ritishmita X Suddhit || Prod. Pankaj PuNK || SSS Presents

Your video will begin in 10
Skip ad (5)
How to write copy that sells

Thanks! Share it with your friends!

You disliked this video. Thanks for the feedback!

Added by
2 Views
BON ROJA || Nabajyoti X Abinash X Ritishmita X Suddhit || Prod. Pankaj PuNK || SSS Presents

সমাজসেৱক ধৰ্মপ্ৰাণ ব্যক্তি প্রয়াত যোগেন খনিকৰ দেৱৰ শোৱৰণত উৎসৰ্গিত |

Available On All Platforms
. . . . . . . . . . . . . . . . . . .

Vocal's - Abinash Gayan, Nabajyoti Sonowal, Ritishmita Gogoi & Suddhit Sonowal
Music / Sounds Mix - Pankaj PuNK
Background Score - Pankaj PuNK
Lyrics & Compose - Sarnd, Abinash, Jahnu & Pankaj PuNK
Recording Desk - Dany Sonowal

Directed / Cinematography - Tywangxu
Asst. - Utpal Hazarika
Video Editor / Vfx & Gfx - Tywangxu

Perform - Abinash, Nabajyoti, Ritishmita, Suddhit
In Frame - NeelJyoti, Sourabh Borah, Kayomi, Jenny Gogoi
Dance Choreo - Tanvi Buragohain, Twinkle Baruah
Cast - Pol, Biplob, Jahnu, Babu, Naba, Debo, Pronay, Amitjyoti, Pankaj, Trishna, Urmila, Trishna, Chayamoni, Sharat
M.U.A - Jenny Gogoi & Pallabi Borgohain

Presents - SSS (Studio Sun Shine)
Production - Babu, Jahnu, Rana & Bitupan

Special Thanks :-
Rupeshwari Khanikar

Thanks To :-
Utpal, Geet, Nirmol, Rubimoni, Anju, Biki, Ghana, Mainu, Nipen, Mamu, Debajeet, Arup, Rimpi, Nijora, Nirmola, Deepjyoti
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . .

Abinash Gayan :-
IG - https://instagram.com/its_abinashgayan?igshid=MzRlODBiNWFlZA==
FB - https://www.facebook.com/abinash.gayan.12345?mibextid=ZbWKwL

Nabajyoti Sonowal :-
IG - https://www.instagram.com/nabajyoti__sonowal?igsh=YXV1MGh0aDg2MTZp
FB - https://www.facebook.com/nabajyotisonowal.nabajyotisonowal?mibextid=ZbWKwL

Ritishmita Gogoi :-
IG - https://www.instagram.com/ritishmitagogoi_?igsh=MW1haDkzbGNsNnJncQ==
FB - https://www.facebook.com/ritumoni.gogoi.7127?mibextid=ZbWKwL

Suddhit Sonowal :-
IG - https://www.instagram.com/suddhit_2?igsh=MW12Njd1ZjhpMGxmeA==

Pankaj PuNK :-
IG - https://www.instagram.com/_pankaj_punk?igsh=aTNsd29kNHNkNWxs
FB - https://www.facebook.com/pankajpunk.dmania?mibextid=ZbWKwL

Kayomi :-
IG - https://www.instagram.com/kayomi_____?igsh=MTlqY2lmaWM1YXFzcg==

Tywangxu :-
IG - https://instagram.com/tywangxu_official?igshid=MmIzYWVlNDQ5Yg==
FB - https://www.facebook.com/kenechiyan.rai?mibextid=ZbWKwL

. . . . . . . . . . . . . . . . . . . . . . . . . . . . . .

Lyrics Of Song (BON ROJA)

বন ৰজা বনৰ ৰজা
প্ৰথমে জানাইছোঁ তোমাক প্ৰণাম
বন ৰজা বনৰ ৰজা
সবে মিলি জনাওঁ তোমাক প্ৰণাম
বন ৰজা বনৰ ৰজা
গাবলৈ আহিছোঁ কিনো শুনাম
বন ৰজা বনৰ ৰজা
সবে মিলি ৰাখোঁ তোমাৰে মান
তুমি সুখী হ'লে আমি পাম সুখ
কিনো গীত জুৰিলে হ'বা সন্তোষ
বন ৰজা আনন্দত হ'ল যে আকুল
ৰজাৰ সভাত আজি সেনাও মচগুল
লাওপানী নাই লৈ আন ভাই
আৰু অলপ আৰু অলপ খাই দিওঁ ভাই
লাওপানী খাই দেহাটো কপাই
খাই দিলে খাই দিলে ভাল লাগি যায়
নাচোতে নাচোতে সৰিব ঘাম
শুনাচোন শুনাচোন পাতিলৈ কাণ
প্ৰণাম কৰিলৈ ধৰিলো নাম
কিবা ভুল কৰিলে নল'বা প্ৰাণ ।

সাজিকাচি আজি ৰজাৰ সভাতে
নাচিবাগি সবে যাওঁ যাওঁ যাওঁ
কলৰে পাততে এসাঁজ বনতে
মিলিজুলি আমি খাওঁ খাওঁ খাওঁ
নাই ভেদাভেদ নাই যে বিচ্ছেদ
মনোমোহা আমাৰ এই সমাবেশ
এই জাতিকূল আদিৰ অভিলেখ
মানিবলে আছোঁ তোমাৰ আদেশ
চকুৰে আগতে যেনি-তেনি
আপংৰ নিচাতে খেলি-মেলি
কি ভকতি কৰিম আজি
কি মিনতি কৰিম আমি
লাওপানী নাই লৈ আন ভাই
আৰু অলপ আৰু অলপ খাই দিওঁ ভাই
লাওপানী খাই দেহাটো কপাই
খাই দিলে খাই দিলে ভাল লাগি যায় ।

বন বন বন বন বনৰ ৰাণী ম‌ই
হয় হয় হয় হয় সকলোৱে কয়
বন বন বন বন‌ বনৰ ৰাণী ম‌ই
হয় হয় হয় বোলে সকলোৱে কয়
নাই নাই নাই নাই ৰজালে মোৰ ভয়
কয় কয় সকলোৱে কথাতে মোৰ জয়
কি সাজ পিন্ধালে দেহাটি সজালে
লাগিছে নিজকে সৰগৰে পৰী
কিনো বেমেজালি ইমান অতপালি
ভাবিছে সকলোৱে ৰম্ভা ময়ুৰপখী
লাওপানী নাই লৈ আন ভাই
আৰু অলপ আৰু অলপ খাই দিওঁ ভাই
লাওপানী খাই দেহাটো কপাই
খাই দিলে খাই দিলে ভাল লাগি যায় ।

আমি আমি আমি কলি কালৰে
পূৰ্ব পুৰুষ আমাৰ আদি যুগৰে
ভাবি ভাবি আমি অতিতকে
নপৰে জানানে আজি ওৰকে
ঈশ্বৰে স্বজিলে আমাকে বনতে
অহংকাৰ কিহৰে হয় হয় হয়
শিকালে বুজালে দেখালে শুনালে
হাততে জীৱনটি নাই নাই নাই
কিনো মায়াময় এই সংসাৰ
প্ৰভূৰ মহিমা কি যে অপাৰ
কৰা যদিহে জীৱক সৎকাৰ
তেহে পাবাগৈ সিপুৰীৰ পাৰ
লাওপানী নাই লৈ আন ভাই
আৰু অলপ আৰু অলপ খাই দিওঁ ভাই
লাওপানী খাই দেহাটো কপাই
খাই দিলে খাই দিলে ভাল লাগি যায় ।

#BonRoja #Abinash #Nabajyoti #Ritishmita #Suddhit #PankajPunk
Category
Music Punk Music Category P
Tags
pankaj punk, abinash gayan, nabajyoti sonowal

Post your comment

Comments

Be the first to comment