HELLO || Nabajyoti X Abinash feat. Pankaj PuNK || Kayomi || Official Music Video || SSS Presents
Available On All Platforms
. . . . . . . . . . . . . . . . . . .
Vocal's - Abinash Gayan & Nabajyoti Sonowal
Featuring - Pankaj PuNK
Music / Sounds Mix - Pankaj PuNK
Additional Music - Kayomi
Lyrics & Compose - Sarnd, Abinash & Pankaj PuNK
Recording Desk - Dany Sonowal
Directed / Cinematography - Tywangxu
Video Editor & Vfx - Tywangxu
Perform - Abinash, Nabajyoti, Pankaj PuNK
In Frame - Kayomi
Presents - SSS (Studio Sun Shine)
Production - Sarnd, Babu, Ayush, Rana
MUA - Jenny Gogoi
Special Thanks To :-
GG Eco Village (All stuff and respected Owners) , Biki, Papu, Geet, Chanaykia
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
Abinash Gayan :-
IG - https://instagram.com/its_abinashgayan?igshid=MzRlODBiNWFlZA==
FB - https://www.facebook.com/abinash.gayan.12345?mibextid=ZbWKwL
Nabajyoti Sonowal :-
IG - https://www.instagram.com/nabajyoti__sonowal?igsh=YXV1MGh0aDg2MTZp
FB - https://www.facebook.com/nabajyotisonowal.nabajyotisonowal?mibextid=ZbWKwL
Pankaj PuNK :-
IG - https://www.instagram.com/_pankaj_punk?igsh=aTNsd29kNHNkNWxs
FB - https://www.facebook.com/pankajpunk.dmania?mibextid=ZbWKwL
Kayomi :-
IG - https://www.instagram.com/kayomi_?igsh=MTlqY2lmaWM1YXFzcg==
Tywangxu :-
IG - https://instagram.com/tywangxu_official?igshid=MmIzYWVlNDQ5Yg==
FB - https://www.facebook.com/kenechiyan.rai?mibextid=ZbWKwL
Dany Sonowal :-
IG - https://instagram.com/dany_sonowal?igshid=MmJiY2I4NDBkZg==
FB - https://www.facebook.com/aneban.gogoi?mibextid=ZbWKwL
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
Lyrics Of Song (HELLO)
চিনাকি বাটেৰে অচিনাকি তুমি দেখিলোঁ তোমাকে হঠাতে
কিনো তোমাৰে নাম জানিব খোঁজোতে
ন'কলা নেচালা মোলৈকে
কিনো যাদু কৰিলা হিয়াতে
কিনো মৰম সানি দিলা অজানিতে
তোমাতে বলিয়া মন মোৰ মোৰ মোৰ মোৰ
মন পখিলা হৈ যাব খোজে বহু দূৰ
ভাষাৰে বুজাব নোৱাৰোঁ কিমান মৰম তোমালৈ
ৰ'বানে মোৰে হৈ তুমি উৰেতো জীৱন সচাকৈ
তুমিয়েটো কামনা- বাসনা মোৰ ঐ
কৰি তুমি নাযাবা অভিমান দূৰ হৈ
Hello
কামনা- বাসনা মোৰ ঐ
হ'লো যে মই বলিয়া মৰমত বুৰ গৈ
কেঁচা কলিজাত কিনো অচিন বেমাৰ
বুজিলো মইও এই জগৰ তোমাৰ
বৰফ গলা দি গলাই কথাৰ সুৰতে তা তাই
কিয় এনে লাগে তাই মোলৈকে জুমি চায়
আহা আহা কৈ যোৱা কাণতে মোৰ
কোৱা কোৱা কৈ দিয়া কি ভাবা নো
গোপনে মই থাকিম তোমাৰে হৈ
যদি তুমি কৈ দিয়া মোৰ বুলি থাকিমে আজীৱন ৰৈ
তুমিয়েটো কামনা- বাসনা মোৰ ঐ
কৰি তুমি নাযাবা অভিমান দূৰ হৈ
Hello
কামনা- বাসনা মোৰ ঐ
হ'লো যে মই বলিয়া মৰমত বুৰ গৈ
তুমি যোৱা বাটেদি মই তোমাকে থমকি চাবলে মন যায়
কোমলকৈ দিবানে মাত এষাৰ মোলৈকে মৰমে চায়
তোমালে মই ৰৈ ৰৈ ৰৈ ৰৈ থাকিম চীৰ জীৱন
তোমালে মই বৈ বৈ বৈ বৈ যামে উৰে জীৱন
কিদৰেনো ক'মে তোমাক মনৰ বতৰা
বাঢ়িছে মোৰ দুগুনে লগ পোৱাৰে আশা
sayonara (Goodbye - পুনৰ লগ পাম)
কেঁচা কলিজাত কিনো অচিন বেমাৰ
বুজিলো মইও এই জগৰ তোমাৰ
ভাষাৰে বুজাব নোৱাৰোঁ কিমান মৰম তোমালৈ
ৰ'বানে মোৰে হৈ তুমি উৰেতো জীৱন সচাকৈ
তুমিয়েটো কামনা- বাসনা মোৰ ঐ
কৰি তুমি নাযাবা অভিমান দূৰ হৈ
Hello
কামনা- বাসনা মোৰ ঐ
হ'লো যে মই বলিয়া মৰমত বুৰ গৈ
#Hello #Abinash #Nabajyoti #PankajPunk #Kayomi

- Category
- Music Punk Music Category P
- Tags
- pankajpunk, hello song, nabajyoti
Comments