BIHUR JANONI (বিহুৰ জাননী) || Nabajyoti Sonowal || Prod. Pankaj PuNK x Kayomi || Official Lyrical Video || SSS Presents
Available On All Platforms
. . . . . . . . . . .
Vocal - Nabajyoti Sonowal
Music, Mix & Master - Pankaj PuNK
Additional Music - Kayomi
Lyrics - Sarnd & Pankaj PuNK
Recording Desk - Dany Sonowal
Female Voice Over - Geet Khanikar
Video / Gfx - Tywangxu
Presents - SSS (Studio Sun Shine)
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
Nabajyoti Sonowal :-
IG - https://www.instagram.com/nabajyoti__sonowal?igsh=YXV1MGh0aDg2MTZp
FB - https://www.facebook.com/nabajyotisonowal.nabajyotisonowal?mibextid=ZbWKwL
Kayomi :-
IG - https://www.instagram.com/kayomi_____?igsh=MTlqY2lmaWM1YXFzcg==
Pankaj PuNK :-
IG - https://www.instagram.com/_pankaj_punk?igsh=aTNsd29kNHNkNWxs
FB - https://www.facebook.com/pankajpunk.dmania?mibextid=ZbWKwL
Tywangxu :-
IG - https://instagram.com/tywangxu_official?igshid=MmIzYWVlNDQ5Yg==
FB - https://www.facebook.com/kenechiyan.rai?mibextid=ZbWKwL
Dany Sonowal :-
IG - https://instagram.com/dany_sonowal?igshid=MmJiY2I4NDBkZg==
FB - https://www.facebook.com/aneban.gogoi?mibextid=ZbWKwL
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
Lyrics Of Song (BIHUR JANONI) :-
চ'ত মহীয়া ৰ' ৰ'দতে
জিলিকিছে কুঁহিপাত
গছৰ পাতৰ আ আঁৰতে
কুলি চৰাইৰ মিঠা মাত
ফুলিছে মদাৰ ফুলিছে এজাৰ
শুৱনি কৰি আলি-বাট
ফুলিছে কপৌ বুলাইছে দুহাত
সানি লৈ জেতুকাৰ পাত
গাঁৱৰ ঘৰে ঘৰে আজি ঢেকিৰে গুম গুমনি
ঢেকিৰে গুম গুমনিয়ে দিলে বিহুৰ জাননী ঐ..
????????????????????
V.O -
(ঐ ঢুলীয়া গুটিফুলৰ গামোচা কিন্তু এইবাৰো বৈচো
বিহুত নিবলৈ আহিবি কিন্তু দেই)
নাচনী তাঁতৰে শালতে
গুটি ফুলৰ গামোচা
সচাকৈ সুধিছো ক'বানে
কালৈ বাৰু সাচিছা
ডালৰে কপৌফুল আনি দিম
খোপাতে লৈ গুজিবা
সেমেকা ওঁঠতে ৰঙাকৈ
বৰহমথুৰি সানিবা
গাতে মেৰাই মূগাৰ সাজ বিহুলৈ আহিবা
মোৰে ঢুলৰ চাপৰত হালি-জালি নাচিবা
তোমাক কি ফুলে হোৱাব তগৰ ফুলে হোৱাব
তগৰ ফুলে নোহোৱালেও কপৌফুলে হোৱাব
কেৰু-মনি ঐ থুৰিয়া ডিঙিতে মনি মুকুতা
আগলি বাঁহৰ গগণা মৰমেৰে লৈ বজাবা ঐ
গাঁৱৰ ঘৰে ঘৰে আজি তাঁতৰে খিট-খিটনি
তাঁতৰে খিট-খিটনিয়ে দিলে বিহুৰ জাননী ঐ।
V.O -
(এইখন ল বিহুত গুতিফুলৰ গামোচা দিম কৈছিলো যে
এইবাৰ বিহুত কিন্তু এইখনে মূৰত মাৰি ঢোল বজাব লাগিব
নহ'লে চাবি কিন্তু)
????????????????????
#BihurJanoni #Nabajyoti #PankajPunk #Kayomi

Comments